Local, Vocal, Global

Daily Horoscope for 4th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ স্বাস্থ্যৰ যতন লওক ৷ নিন্দা তথা নিৰুৎসাহ, পৰচৰ্চ্চাৰ পৰা আঁতৰি থকা উচিত ৷

বৃষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । আপোনাৰ মনৰ পৰিৱৰ্তনে সম্পৰ্ক নষ্ট কৰিব পাৰে, মনক নিয়ন্ত্ৰণ কৰক আৰু কথা কওতে লক্ষ্য দিয়ক । কৰ্মস্থলীত বাধাৰ সন্মুখীন হ’ব পাৰে, আজিৰ দিনটোত নতুন কাম নকৰাই ভাল ৷ জ্যেষ্ঠ, সহকৰ্মী বা বিৰোধীৰ লগত বিবাদত লিপ্ত নহ’ব ।

মিথুন ৰাশি: আজিৰ দিনটো চিন্তামুক্ত হোৱাৰ লগতে আনন্দ কৰাৰ সময় । সন্ধিয়ালৈ আবেগিক হৈ থাকিব, যি আপোনাক চিন্তিত আৰু বিৰক্ত কৰিব পাৰে । অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক । আৰ্থিক ব্যয়ৰ সম্ভাৱনা ৷

কৰ্কট ৰাশি: প্রিয় দিন হোৱাৰ সম্ভাৱনা ৷ ব্যৱসায়, বন্ধুবৰ্গ, কার্যত সফলতা লাভ ৷ আমদানি-ৰপ্তানিত সফল হʼব, লাভ হʼব ৷ স্বাস্থ্যৰ যতন লওক ৷ কৰ্মজীৱনত ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হোৱাৰ সম্ভাৱনা ৷ পদোন্নতি লাভৰ যোগ ৷

সিংহ ৰাশি: আপোনাৰ দিনটো ভাল ৷ ব্যৱসায়, বন্ধুবৰ্গ, কার্যত সফলতা লাভ ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাই মংগল ৷ স্বাস্থ্যৰ যতন লওক ৷

কন্যা ৰাশি: বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব ৷ আনন্দময় দিন ৷ টকা-পইচা সাৱধানে খৰচ কৰিব ৷

তুলা ৰাশি: আনন্দময় দিন ৷ পৰিয়ালৰ লগত সু-সম্পর্ক স্থাপন ৷ বজাৰ কৰিবলৈ যোৱাৰ প্রিয় দিন হʼব ৷ সন্তানৰ মন ভালে ৰখাত মনোযোগ দিব ৷ প্ৰেমৰ সম্পর্কত ভাল ৷ সন্ধিয়ালৈ আশাৰ সঞ্চাৰ হোৱাৰ সম্ভাৱনা ৷

বৃশ্চিক ৰাশি: নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ কর্মত প্রতিযোগিতা হোৱাৰ সম্ভাৱনা, কিন্তু বিফল হʼব ৷ পৰচৰ্চ্চাৰ পৰা আঁতৰি থকা উচিত ৷ সুফল লাভ ৷ প্রমুখৰ পৰা প্ৰশংসা লাভ ৷

ধনু ৰাশি: কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ তথাপিও আপুনি প্ৰায় সফল হʼব ৷ কর্ম প্রতিযোগিতাত বিফল হোৱাৰ সম্ভাৱনাই অধিক ৷ মনোযোগ দিব ৷

মকৰ ৰাশি: আপোনাৰ মনৰ পৰিৱৰ্তনক লক্ষ্য কৰক, ব্যক্তিগত সম্পৰ্কত আঘাত হানিব পাৰে । প্ৰিয়জনৰ লগত বিবাদত লিপ্ত হ’ব পাৰে আৰু কাৰোবাক আহত কৰিব পাৰে । এনে পৰিস্থিতি এৰাই চলিবৰ বাবে মনে মনে থাকিবৰ চেষ্টা কৰক আৰু ধ্যান সাধনা কৰক ৷ ই আপোনাৰ মনত শান্তি দিব । বিবাহিত লোকসকলে বৈবাহিক আনন্দ লাভ কৰিব । সন্ধিয়া কোনো শুভ অনুষ্ঠানত উপস্থিত থাকিব পাৰে ।

কুম্ভ ৰাশি: আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আত্মকেন্দ্ৰিক হোৱাৰ সম্ভাৱনা ৷ প্রিয় দিন ৷ প্ৰেমৰ সম্পর্কত ভাল ৷ নিজৰ ওপৰত আস্থা ৰাখিলে লক্ষ্যত সফল হ’ব ৷

মীন ৰাশি: এটা আনন্দময় দিনৰ সম্ভাৱনা ৷ ব্যৱসায় বিস্তাৰ হোৱাৰ লগতে বিভিন্ন স্থানলৈ লৈ যোৱাৰ সম্ভাৱনা ৷ কামৰ দ্বাৰা জ্যেষ্ঠসকল সন্তুষ্ট হ’ব ৷ লাভ আৰু আয় বৃদ্ধি ৷ পিতৃ আৰু অন্য বয়োজেষ্ঠসকলৰ আশীৰ্বাদৰ বাবে ধন্যবাদ দিয়ক ।