Local, Vocal, Global

Daily Horoscope for 4th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া। বিনিয়োগকাৰীসকলে বিভিন্ন স্থানত ধন বিনিয়োগ কৰাৰ আগতে সতৰ্ক হওক।আইনী নথিপত্ৰত হস্তাক্ষৰ কৰোঁতে সাৱধান হওক । ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখক।

বৃষ ৰাশি: আজি আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে । আজি আপুনি উদ্বিগ্ন অনুভৱ কৰিব পাৰে । পৰিয়ালৰ সদস্যৰ লগত হোৱা বিবাদে ঘৰৰ পৰিবেশ নষ্ট কৰিব পাৰে ।

কৰ্কট ৰাশি: দিনটোৰ আৰম্ভণি ভালদৰে নহ’ব পাৰে । উদ্বেগ, ক্লান্তি আৰু পেটৰ অসুখ হোৱাৰ সম্ভাৱনা আছে । ব্যৱসায়ীসকলে লাভ আশা কৰিব পাৰে ।

সিংহ ৰাশি: অনৈতিক বা অবৈধ কাৰ্য্যকলাপৰ পৰা বিৰত থাকক অন্যথা সমস্যাত পৰিব পাৰে। কাৰ্য্যালয়ত কামৰ বোজা বৃদ্ধি পাব। আৰ্থিক লাভৰ সংযোগ আছে ।

কন্যা ৰাশি: পেচাগত দিশত, আপোনাৰ ব্যৱসায়িক সহযোগীসকল উপকৃত হ’ব আৰু আপুনি আৰ্থিকভাৱে লাভ প্ৰাপ্ত কৰিব । যোগাসন, ধ্যান সাধনা আৰু উপাসনাই আপোনাৰ মন শান্ত আৰু চিন্তামুক্ত কৰি ৰাখিব।

তুলা ৰাশি: আপুনি হাতত থকা প্ৰতিটো কাম আত্ম-বিশ্বাস আৰু দৃঢ়তাৰে সম্পূৰ্ণ কৰিব । অধিক-উত্তেজিত হোৱাৰ পৰা নিয়ন্ত্ৰিত থাকক অন্যথা ক্ষতিকাৰক হ’ব পাৰে । ঘৰৰ পৰিৱেশ আনন্দময় হ’ব ।

বৃশ্চিক ৰাশি: সাহিত্য কৰ্মই আপোনাৰ মনোযোগ আকৰ্ষণ কৰিব । শিক্ষাৰ্থীসকলৰ বাবে প্ৰতিকূল দিন হ’ব ৷ বিনিয়োগকাৰীৰ বাবে আজিৰ দিনটোৱে সৌভাগ্য কঢ়িয়াই আনিব ৷ সম্পূৰ্ণ দিনটো আত্মবিশ্বাস আৰু দৃঢ়তাৰে পূৰ্ণ হৈ থাকিব ।

ধনু ৰাশি: সম্পূৰ্ণ দিনটো সৰ্তক হৈ থাকক । আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱস্থা আৰু প্ৰতিকূল ঘৰুৱা পৰিবেশে আপোনাক নেতিবাচক মনোভাৱ প্ৰদান কৰিব পাৰে । আৰ্থিক ক্ষতি হ’ব পাৰে ।

মকৰ ৰাশি: সমস্যাৰ সৃষ্টি হ’ব পাৰে । ঘৰুৱা পৰিবেশ সৌহাদ্যপূৰ্ণ হ’ব ৷ স্থায়ী সম্পত্তি সম্বন্ধীয় বিষয়ত লেনেদেন কৰোঁতে সাৱধান হওক ।

কুম্ভ ৰাশি: আজিৰ দিনটো অতি কঠিন হ’ব পাৰে । কথা কোৱাৰ আগতে ভাৱক ৷ আপুনি কোৱা কোনো কথাই বিপদৰসময়ত আপোনাক সহায় কৰিব পাৰে ।

মীন ৰাশি: দিনটো শুভ । আপোনাৰ পৰিয়াল আজি আনন্দময় মনেৰে থাকিব । দিনটো ফলপ্ৰসূ হ’ব । নেতিবাচক চিন্তাধাৰৰ পৰা দূৰত থাকক ৷