Daily Horoscope for 3rd March: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া।স্বাস্থ্য ভালে থাকিব। লক্ষ্যত সফল ৷ বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷ প্ৰেমৰ শুভ ৷
বৃষ ৰাশি : লক্ষ্যত সফল। কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ খৰচ বৃদ্ধি ৷ প্ৰেমৰ সম্পর্ক ভাল ৷
মিথুন ৰাশি : দিনটো শুভ। লক্ষ্য সফল ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷
কৰ্কট ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ। মন্দিৰ ভ্ৰমণত যাব পাৰে ৷পৰিয়ালৰ লগত সময় কটাব ৷ শৰীৰ ভাল ৷
সিংহ ৰাশি : আজিৰ দিনটো আপুনি ভাল অনুভৱ কৰিব ৷ কর্মৰ বাবে দূৰ যাত্ৰা হʼব ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷
কন্যা ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নিজৰ ব্যৱসায় কৰ্মত মনোযোগ দিব ৷ প্ৰেমৰ শুভ ৷
তুলা ৰাশি : আজি আপুনি পৰচৰ্চা নকৰিব ৷ অশান্তি হʼব ৷ শান্ত হৈ কর্ম কৰিব ৷
বৃশ্চিক ৰাশি : আজি প্ৰায় ভাল হʼব ৷ কর্মত কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ দিনটো মধ্যমীয়া।
ধনু ৰাশি : দুঃচিন্তাৰ হ’ব ৷ মানসিক অশান্তি, হতাশা হʼব পাৰে ৷ স্বাস্থ্য যতন লওক ৷
মকৰ ৰাশি : দিনটো সুন্দৰ ৷ ভাতৃ ভগ্নীৰ পৰা সহযোগ লাভ কৰিব ৷ ধনৰ আগমনৰ বাট মুকলি হ’ব ৷ দিনটো মধ্যমীয়া ৷
কুম্ভ ৰাশি : ভাগ্য উদয় হ’ব ৷ পৰিয়ালৰ মাজত থকা অশান্তি হ’ব পাৰে ৷ ধৰ্মৰ কামত সময় আৰু টকা খৰচ কৰিব পাৰে, অলপ চিন্তামুক্ত হ’ব ৷
মীন ৰাশি : দিনটো মধ্যমীয়া। খৰচ বৃদ্ধি হ’ব পাৰে ৷ নতুনকৈ কোনো কার্য বা ব্যৱসায় আৰম্ভ নকৰিব ৷ ভাগ্য ভাল ৷