Local, Vocal, Global

Daily Horoscope for 30th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ প্ৰেমত শুভ ৷ কৰ্ম ক্ষেত্ৰত প্ৰশংসা লাভ ৷

বৃষ ৰাশি : আদিৰ দিনটো আপোনাৰ বাবে কিছু খেলিমেলি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ খৰচ বৃদ্ধি ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ ভ্ৰমন বাতিল কৰক ৷ পানীৰ পৰা আঁতৰি থাকক ৷ মানসিক অশান্তি হ’ব পাৰে ৷

কৰ্কট ৰাশি : প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি : এলাহ ভাৱ পৰিহাৰ কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্ৰা হʼব পাৰে ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি : জ্যেষ্ঠ জনৰ পৰামর্শ গ্ৰহণ কৰিলে সফল হ’ব ৷ আজি কোনো শুভ ফল লাভ কৰিব পাৰে ৷ নিজৰ কর্মত মনোযোগ দিয়ক ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : দিন মধ্যমীয়া ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷

ধনু ৰাশি : দিনটো শুভ ৷ কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব পাৰে ৷

মকৰ ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিয়ালৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷

কুম্ভ ৰাশি : পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ কর্মত শান্ত হৈ থাকক ৷ প্ৰেমত শুভ ৷

মীন ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত শুভ ৷ প্ৰেমত শুভ ৷