Local, Vocal, Global

Daily Horoscope for 30th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: সন্তানৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ প্ৰতিযোগিতাত ভাগ ল’ব পাৰে । লক্ষ্য সফল হʼব ৷

বৃষ ৰাশি: কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ,লক্ষ্য সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰক, সফল হʼব ৷ প্ৰশংসা লাভ হʼব ৷ নতুন ব্যৱসায় হʼব পাৰে ৷ ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ টকা-পইচা নিশ্চিত হʼব ৷

মিথুন ৰাশি: আপোনাৰ শান্ত বা মধুৰ ভাষ্যই আনক উৎসাহিত কৰিব ৷ আজি ধ্যান বা যোগ কৰাৰ প্ৰয়োজন ৷ তেতিয়া প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

ককৰ্ট ৰাশি: আজি আপুনি ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷

সিংহ ৰাশি: আজি আপুনি আপোনাৰ নিজৰ মনৰ কথা শুনিব ৷ প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷ চৰকাৰী প্ৰকল্পত সফল হʼব ৷ নতুন ব্যৱসায় কৰিলে সফল হʼব ৷

কন্যা ৰাশি: হতাশ নহব, পুনৰ চেষ্টা কৰক ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে | পৰচৰ্চাৰ পৰা আঁতৰি থকা উচিত ৷

তুলা ৰাশি: ঈশ্বৰে তেওঁৰ প্ৰেমৰ প্ৰমাণ দিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷

বৃশ্চিক ৰাশি: কর্মত ব্যস্ত থকাৰ ফলত বন্ধুবৰ্গ আৰু ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ,লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক, সফল হʼব ৷

ধনু ৰাশি: আজি আপুনি ব্যৱসায়ত অধিক ব্যস্ত হৈ পৰিব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ নিৰুৎসাহিত হ’ব পাৰে, কর্ম প্ৰভাৱান্বিত হʼব ৷

মকৰ ৰাশি: খৰচ বৃদ্ধি হʼব পাৰে ৷ সৰু যাত্ৰা বা ঔষধ কিনা খৰচ বৃদ্ধি হʼব পাৰে ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷

কুম্ভ ৰাশি: বিবাহিতসকলৰ বাবে এটা ভাল দিন ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ আহাৰ ভাল হʼব ৷

মীন ৰাশি: আজি আপোনাৰ আশা আৰু আনন্দৰ দিন হʼব ৷ পুৰণি কৰ্মত সফল হʼব ৷ আপুনি লোকৰ পুৰণি বিবাদ শেষ কৰিব ৷