Local, Vocal, Global

Daily Horoscope for 30th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷দিনটো খেলিমেলি হʼব পাৰে ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

বৃষ ৰাশি : খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ পৰচৰ্চা নকৰিব ৷ প্ৰেমত শুভ।

মিথুন ৰাশি : প্ৰেমত শুভ ৷ বিবাহিসকলৰ বাবে দিনটো ভাল ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ খৰচ বৃদ্ধি ৷

কৰ্কট ৰাশি : কোনো লোকৰ লগত আবেগিকভাৱে জড়িত হৈ পৰিব পাৰে ৷ বন্ধুবৰ্গৰ লগত সময় কটাওক ৷ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা ৷ সাৱধানেৰে গাড়ী চলাওক ।

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কৰ্ম জীৱনত পৰিব পাৰে ৷

কন্যা ৰাশি : দিনটো কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : দিনটো বহুত লাভজনক ৷ আজি আপুনি আনৰ পৰা পৰামৰ্শ নল’ব ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷

বৃশ্চিক ৰাশি : পৰিয়ালক ভালদৰে যত্ন লওক ৷ প্ৰশংসা লাভ ৷ আবেলি কৰ্ম জীৱন ভাল বন্ধু লাভ ৷খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷

ধনু ৰাশি : বিবাহৰ যোগ ৷ প্ৰেমত শুভ ৷ বিবাহিসকলৰ বাবে দিনটো ভাল ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি : দিনটো সক্ৰিয় অনুভৱ কৰিব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷

কুম্ভ ৰাশি : দিনটো ভাল ৷ সক্ৰিয় অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷

মীন ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷