Daily Horoscope for 2nd December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাৰ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই আপোনাক আমনি কৰিব । অনাৱশ্যক ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷
বৃষ ৰাশি: আজি আপোনাৰ বাবে আনন্দময় দিন । ব্যৱসায়ত উন্নতি । বন্ধু আৰু প্ৰিয়জনৰ সহযোগিতা লাভ কৰিব । ভ্ৰমণৰ যোগ ৷
মিথুন ৰাশি: কৰ্মক্ষেত্ৰতো আপোনাৰ উদ্যম বৃদ্ধি পাব ৷ প্ৰশংসা লাভ কৰিব । আপোনাৰ সহকৰ্মীসকলেও আপোনাক সহায় কৰিব । পদোন্নতিৰ যোগ ৷
কৰ্কট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । ভ্ৰমণৰ যোগ ৷ আজি আপুনি মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । কৰ্মক্ষেত্ৰত আৰ্থিক লাভ হ’ব পাৰে ৷
সিংহ ৰাশি: স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগিব । খৰছ বৃদ্ধি হ’ব পাৰে । আজি গোটেই দিনটো আপোনাক কিছু নেতিবাচক চিন্তাই আমনি দি থাকিব ।
কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । ব্যৱসায়ৰ দিশত শুভ । ভ্ৰমণৰ যোগ ।
তুলা ৰাশি: আজি দিনটো শাৰীৰিকভাৱে সুস্থ হৈ থাকিব । কৰ্মক্ষেত্ৰত লাভবান হ’ব । ব্যক্তিগত দিশত আজি আপুনি দিনটো হয়তো আনন্দেৰে পৰিয়ালৰ সৈতে কটাব ।
বৃশ্চিক ৰাশি: আজি কাৰো সৈতে কাজিয়াত লিপ্ত নহ’ব । সন্তানক লৈ দুশ্চিন্তাই আপোনাক আমনি দিব । সম্ভৱ হ’লে ভ্ৰমণ এৰাই চলক। কঠোৰ পৰিশ্ৰম কৰক ।
ধনু ৰাশি: আজি আপোনাৰ মানসিক অৱস্থা আৰু শাৰীৰিক অসুস্থতাই আপোনাক আমনি কৰিব । অনাৱশ্যক ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা ৷আৰ্থিক ক্ষতিৰ যোগ । মাতৃৰ স্বাস্থ্যই আপোনাক দুশ্চিন্তাত পেলাব । স্বাস্থ্যৰ যত্ন লওক ৷
মকৰ ৰাশি: আজি আপুনি দিনটো বন্ধু আৰু পৰিয়ালৰ সৈতে আনন্দ-উৎসাহৰ সৈতে কটাব পাৰে । ভ্ৰমণৰ যোগ ৷ বৃত্তিধাৰী আৰু পঢ়ুৱৈসকলৰ বাবে আজিৰ দিনটো সুবিধাজনক । আপুনি নিজৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক লৈ হতাশ হৈ থাকিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে ।
কুম্ভ ৰাশি: বিভিন্ন বিষয়ত আপুনি ভালকৈ কোনো সিদ্ধান্ত নোৱাৰিব । অনাৱশ্যক ব্যয় এৰাই চলক পঢ়ুৱৈসকলে পঢ়াশুনাত মনোযোগী হ’ব লাগিব । সফল হ’বলৈ হ’লে সময় লাগে । ধৈৰ্য ধৰক ।
মীন ৰাশি: আজি আপুনি মানসিকভাৱে প্ৰফুল্ল আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব । আপোনাৰ উদ্যমে আপোনাক নতুন কাম হাত ল’বলৈ উৎসাহিত কৰিব । আপোনাৰ সাংসাৰিক জীৱন আন্তৰিকতাৰে পূৰ্ণ হৈ থাকিব । বন্ধু আৰু প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ যোগ আছে । আৰ্থিক লাভৰ প্ৰবল যোগ ।