Daily Horoscope for 29th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ প্ৰেম সম্পর্কত মনোযোগ দিব ৷ প্ৰশংসা লাভ কৰিব ৷
বৃষ ৰাশি : দিনটো ভাল, সফলতা লাভ কৰিব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্য সফল হʼব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব৷ কঠোৰ পৰিশ্ৰমৰ আনন্দিত ফল লাভ হʼব ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷
মিথুন ৰাশি : আপুনি আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ মানসিক আৰু শাৰীৰিক চিন্তা ভাল হʼব ৷
কৰ্কট ৰাশি : আজি আপোনাৰ টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ খৰচ বৃদ্ধি হʼব পাৰে ৷ কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷ তথাপিও আপুনি প্ৰায় সফল হʼব ৷ মনোযোগ দিব ৷
সিংহ ৰাশি : আজি দিটো আপোনাৰ বাবে কঠিন দিন হʼব পাৰে ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্ম বিধিত অধিক ব্যস্ত হʼব পাৰে ৷
কন্যা ৰাশি : আজি আপুনি পৰামর্শ পাব, কিন্তু ভাল পৰামর্শ হʼব ৷ পৰামর্শ মতে আপুনি নিজৰ কর্মত মনোযোগ দিব, প্ৰায় সফল হʼব ৷ আপুনি নিজৰ মতে চাব আপুনি সফল হʼব ৷ আজি পৰিয়ালৰ লগত আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
তুলা ৰাশি : আপুনি কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ সন্ধিয়া সৰু যাত্রা হʼব পাৰে ৷ সন্ধিয়ালৈ আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ আজি কোনো লাভ বা ক্ষতি নাই ৷
বৃশ্চিক ৰাশি : নিজৰ ব্যৱসায় মনোযোগ দিব ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ কৰিব ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷
ধনু ৰাশি : নতুন গ্রাহকৰ লাভ হʼব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ ধৈৰ্যশীল হওক লাভবান হ’ব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰক ৷ আপুনি প্ৰায় সফল হʼব ৷
মকৰ ৰাশি : প্রিয় দিন হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ সন্ধিয়া আপুনি প্ৰেম স্পন্দনৰ লগত কটাব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব , লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
কুম্ভ ৰাশি : আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপোনাৰ সহকৰ্মীয়ে কাৰ্যভাৰ সম্পূৰ্ণ নকৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷
মীন ৰাশি : দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক, লক্ষ্য সফল হয় ৷