Daily Horoscope for 29th January: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ।আজি আপুনি নতুন দায়িত্ব পাব ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷
বৃষ ৰাশি: আজি আপুনি যথেষ্ঠ বাধাৰ সন্মুখীন হ’ব পাৰে ৷ ভ্ৰমণৰ বাবে উচিত সময় নহয় ৷ নতুন কাম আৰম্ভ নকৰাই ভাল ৷ শৰীৰৰ যত্ন লওক৷
মিথুন ৰাশি: আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ অনুভৱ কৰিব ৷ খঙৰ পৰা মুক্ত থাকক ৷ খৰচৰ মাত্ৰা বাঢ়িব ৷ যোগ আৰু ধ্যানৰ যোগেদি মনক শান্ত কৰিব ৷
ককৰ্ট ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । প্ৰেমত শুভ । আজি আপোনাৰ কৰ্মজীৱনত প্ৰভাৱ পৰিব পাৰে ৷
সিংহ ৰাশি: আপোনাৰ কৰ্মজীৱনত অশান্তি আহিব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল ৷ নতুন ব্যৱসায় আৰম্ভ হʼব পাৰে ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
কন্যা ৰাশি: শিক্ষাৰ্থীসকলৰ কাৰণে আজিৰ দিনটো কঠিন । সাৱধানে থাকক ।স্বাস্থ্যৰ সমস্যাত ভুগিব পাৰে। বৌদ্ধিক আলোচনাত লিপ্ত নহ’ব ।
তুলা ৰাশি: আজি আপোনাৰ ৰোমাঞ্চকৰ পাৰ্টী কৰিবলৈ মন যাব পাৰে । শুভবাৰ্তা লাভ কৰিব । আপুনি আজি প্ৰায় সফল হʼব ৷ বহুতো ব্যক্তিৰ লগত সংযোগ হʼব ৷ আপোনাৰ প্ৰেম সম্পর্কত মনোযোগ দিয়ক ৷
বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে ফলদায়ক । আজি আপুনি আৰ্থিকভাৱে লাভবান হ’ব পাৰে । আপোনাৰ প্ৰিয়জনসকলে আপোনাৰ মৰমীয়াল দিশটোৰ উমান পাব । আজিৰ দিনটো নতুন কাম হাতত লোৱাৰ বাবে শুভ । ভ্ৰমণৰ যোগ আছে ।
ধনু ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ সামাজিক কামত কৃতকাৰ্য হ’ব ৷ সুখত থাকক আৰু পৰিয়ালৰ সদস্যসকলৰ লগত সময় কটাওক ৷
মকৰ ৰাশি: আপুনি কামত সফল হʼব ৷ আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷
কুম্ভ ৰাশি: খৰচ আৰু জমাৰ হিচাপ একে থাকিব ৷ ধাৰে লোৱা আৰু আনক ধাৰে দিয়াৰ পৰা কিছুদিন আতৰি থাকক ৷ আপোনাৰ তিক্ততাপূৰ্ণ অভিজ্ঞতা হ’ব পাৰে৷ শৰীৰৰ যত্ন লওক আৰু মানসিক শান্তিৰ বাবে চেষ্টা কৰক ৷
মীন ৰাশি: প্ৰিয়জনৰ লগত সম্পৰ্ক উন্নত আৰু লাভজনক হ’ব ৷ কিন্তু আপুনি তেওঁলোকক সময় দিয়াত ব্যৰ্থ হব ৷ প্ৰিয়জনৰ শুভেচ্ছা লাভ কৰিব ৷ নতুন বন্ধুত্ব আৰু ব্যৱসায়িক সম্পৰ্ক লাভদায়ক হব ৷কামৰ বোজাই আপোনাক ভাগৰুৱা কৰি তুলিব ৷