Daily Horoscope for 28th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ কর্ম শান্ত হৈ থাকি কৰিব, সফল হʼব ৷ আপোনাৰ খেলিমেলি হʼব পাৰে, লোৱা নিৰ্ণয় পালন কৰা উচিত ৷ স্বাস্থ্যৰ যতন লওক ।
বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । উদ্বিগ্নতাই আপোনাক চাৰিওফালৰ পৰা আগুৰি থাকিব ৷ পৰিয়ালৰ লগৰ তৰ্ক বিতৰ্কই ঘৰুৱা পৰিবেশ বিনষ্ট কৰিব ৷ একে সময়তে আপোনাৰ কষ্টকৰ কামৰ ফল লাভত ব্যৰ্থ হ’ব ৷ যাৰ ফলত ধনৰ অভাবে দেখা দিব ৷
মিথুন ৰাশি : কঠিন পৰিস্থিতিত সঠিক, আশাপূৰ্ণ আৰু আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিছে । নিজৰ কর্মত মনোযোগ দিব৷ জীৱনত সুখী হ’ব ৷
কৰ্কট ৰাশি : নতুন বন্ধু-বৰ্গৰ বিচাৰ হʼব পাৰে, ভাল বন্ধুত্ব হʼব৷ বন্ধু-বৰ্গৰ লগত দিন ভাল হʼব৷ মানসিক চিন্তা হʼব পাৰে৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব৷ বন্ধু-বৰ্গৰ লগত আনন্দময় হʼব ৷
সিংহ ৰাশি : আপুনি আজি মানসিক আৰু আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব৷ নিজৰ আত্মসন্মান বঢ়াবলৈ আপুনি বন্ধুজনৰ আগত মনৰ দুশ্চিন্তা প্ৰকাশ নকৰিব৷আজি প্ৰেমৰ সম্পর্ক ভাল হʼব ৷
কন্যা ৰাশি : টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ খৰচ বৃদ্ধি হʼব পাৰে৷ কামত সন্তুষ্টি পাবলৈ আপোনাৰ মনৰ শুনক হৃদয়ক নহয়৷ নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব আজি৷ নতুন ব্যৱসায় বিষয়ে সাৱধানে থাকক ।
তুলা ৰাশি : যদি আপুনি টকাখিনি ভৱিষ্যতৰ বাবে ব্যৱহাৰ কৰিবলৈ বেংকত জমা ৰাখে, তেন্তে দীৰ্ঘ সময়ৰ কাৰণে সেই টকাখিনিৰ পৰা লাভৱান হ’ব । লʼৰা-ছোৱালীৰ সাফল্যই আনন্দ দিব৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে৷ টকা-পইচা ক্ষেত্ৰত নিশ্চিত হʼব৷ দৰমহা ভাল হʼব ৷
বৃশ্চিক ৰাশি : আপুনি যুক্তিসূত্ৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব৷ ভাল লক্ষ্য সফল হʼব । মহিলাৰ ভাগ্য ভাল হʼব৷ যদিও আজি বিপদাশংকা নহয়, কিন্তু সতৰ্ক থকাটো ভাল৷ বিপদত পৰা সুৰক্ষিত ৰাখিব৷ আবেলি প্ৰায় ভাল হʼব ৷
ধনু ৰাশি : আপোনাৰ আজিৰ দিনটো সক্ৰিয় অনুভৱ হʼব, ৰোমাঞ্চকৰ কাৰ্যত ভাগ ল’ব৷ আপোনাৰ কর্মত দূৰ যাত্রা হʼব পাৰে৷ এই যাত্রা কৰ্ম-ব্যৱসায়ত সফল লাভ হʼব ৷
মকৰ ৰাশি : নিজৰ ওপৰত আশ্বাস-ভাৰসা ৰাখিলে নিশ্চিতভাৱে লক্ষ্য সফল হয়৷ আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷
কুম্ভ ৰাশি : আজি আপুনি কঠোৰ কাৰ্য সহজতে সফল কৰিব৷ আপুনি বহুতো ব্যক্তি লগত সংযোগ হʼব, আপোনাৰ পচন্দ কাৰ্যই সহায় কৰিব৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷
মীন ৰাশি : খৰচ বৃদ্ধি হʼব পাৰে ৷ টকা-পইচা অনিশ্চিত হʼব পাৰে৷ খৰচ সুস্থিৰে কৰিব ৷ আজি আপোনাৰ খৰচ বৃদ্ধি হʼব সতৰ্ক হোৱা উচিত ৷