Local, Vocal, Global

Daily Horoscope for 25th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি :শিক্ষার্থীৰ অধ্যয়ন ভাল হʼব ৷ দিনটো শুভ ৷ নাম-সুনাম হʼব ৷ শান্ত হৈ থাকক ৷

বৃষ ৰাশি :দিনটো আনন্দময় ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ ব্যৱসায় আৰু কর্মত ব্যস্ত হʼব ৷

মিথুন ৰাশি :কোনো পৰিস্থিতি সম্বন্ধে আপোনাক কোনোবাই নেতিবাচক তথ্য দিলে তেওঁৰ পৰা দূৰত থাকক । ইতিবাচক হৈ থাকক । শান্ত হৈ থাকক ৷

কৰ্কট ৰাশি :বিবাহিতৰ বাবে দিনটো ভাল ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷

সিংহ ৰাশি : কৰ্মজীৱনত ভাল পদোন্নতি হʼব ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷

কন্যা ৰাশি :সামান্য অসুস্থতা হ’ব পাৰে ৷ তৰ্ক-বিতৰ্ক আৰু কাজিয়া-বিবাদৰ সৃষ্টি হ’ব পাৰে ।

তুলা ৰাশি :পৰিয়াল ভালে ৰখাত মনোযোগ দিব ৷ পুৰণি ঘৰটো নতুন পৰিকল্পনাৰে ন-গৃহলৈ পৰিণত কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷

বৃশ্চিক ৰাশি :দিনটো আনন্দপূৰ্ণ । দিনটো আপোনাৰ বাবে সৌভাগ্যশালী । সম্পদ বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত সফলতা লাভ ৷ সৰু-সুৰা সুখকৰ ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি :আজি আপুনি কিছুসময়ৰ বাবে অকলে আৰু নিৰ্জনে থাকিবলৈ বিচাৰিব । প্ৰেমৰ সম্পর্ক ভাল ৷

মকৰ ৰাশি :দিনটো প্ৰাৰ্থনা কৰি আৰম্ভ কৰিলে ভাল ৷ ঘৰুৱা পৰিৱেশ ইতিবাচক হ’ব ৷ বন্ধু আৰু প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে ।

কুম্ভ ৰাশি :শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব । পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদত লিপ্ত হ’ব পাৰে । ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব ।

মীন ৰাশি :যিজন ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকক ৷