Local, Vocal, Global

Daily Horoscope for 23th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো এলেহুৱা হৈ পৰিব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কর্ম কৰক ৷

বৃষ ৰাশি : স্বাস্থ্যৰ যত্ন লওক ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ বাহিৰা খাদ্য পৰিহাৰ কৰক ৷ যাত্ৰা বাতিল কৰক ৷

মিথুন ৰাশি : মেনেজাৰ আৰু প্ৰশাসকসকলে অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ লক্ষ্যত প্ৰায় সফল হʼব ৷ সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

কৰ্কট ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক ৷

সিংহ ৰাশি : স্বাস্থ্য ভাল ৷ দিনটো আনন্দময় ৷ বন্ধু-বৰ্গৰ লগত সম্পর্ক ভাল ৷

কন্যা ৰাশি :দিনটো কিছু কঠিন হʼব ৷ শান্ত হৈ কর্ম কৰিব ৷ মানসিক আৰু শাৰীৰিক হতাশা হʼব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ নহ’লে ইয়াৰ প্ৰভাৱ সম্পর্ক পৰিব ৷ মাতৃৰ স্বাস্থ্যৰ যত্ন লওক ৷

তুলা ৰাশি :প্ৰেমত শুভ ৷ দিনটো ভাল ৷ ব্যৱসায়ত ডাঙৰ লাভ হʼব ৷ নতুনকৈ ব্যৱসায় কৰিব পাৰে ৷ ভাগ্য ভাল ৷

বৃশ্চিক ৰাশি :সৌন্দৰ্য চৰ্চাত মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ সাজ-পোছাক কিনিব পাৰে ৷

ধনু ৰাশি :ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে । বন্ধুৰ লগত পাৰ্টী হʼব পাৰে ৷ দিনটো প্ৰায় ভাল ৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্য ভাল হʼব ৷

মকৰ ৰাশি :দিনটো মধ্যমীয়া ৷ অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰক । শান্ত আৰু বিনম্ৰ হৈ থকাৰ চেষ্টা কৰক ।

কুম্ভ ৰাশি :দিনটো ভাল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷

মীন ৰাশি :দিনটো আনন্দময় হʼব ৷ ভাগ্য ভাল ৷ প্ৰশংসা লাভ ৷ ব্যৱসায়ত সফল ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷