Local, Vocal, Global

Daily Horoscope for 22th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷

বৃষ ৰাশি : আজি আপুনি কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ টকা-পইচাৰ নিশ্চিতি হʼব ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷

মিথুন ৰাশি : দিনটো মধ্যমীয় ৷ আপুনি বৰ বেচি সংবেদনশীল ৷ ভ্ৰমণ বাতিল কৰক ৷ পানীৰ পৰা আঁতৰি থাকক ৷

কৰ্কট ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ পৰিয়ালৰ লগত ৰাতিৰ খানা ভাল হʼব ৷ খৰচ বৃদ্ধি ৷

সিংহ ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি : দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ দিনটো শুভ ৷ নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্যত সফল হ’ব ৷

তুলা ৰাশি : দিনটো কঠিন হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

বৃশ্চিক ৰাশি : কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ দিনটো প্ৰায় ভাল হʼব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ ব্যক্তিগত জীৱনত সুখী হোৱাটো নিজৰ ওপৰত নিৰ্ভৰ কৰে ।

ধনু ৰাশি : দিনটো শুভ ৷ কাৰ্ম ব্যস্ততা বৃদ্ধি ৷ ভাগৰি পৰিব পাৰে ৷

মকৰ ৰাশি : নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ সম্পর্কত পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷ প্ৰেমত মধ্যমীয়া ৷

কুম্ভ ৰাশি :কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ আনন্দিত হৈ থাকিব ৷ শান্ত হৈ কর্ম কৰক ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷

মীন ৰাশি : দিনটো শুভ ৷ মিশ্ৰিত খেলিমেলি হৈ পৰিব পাৰে ৷ সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷