Local, Vocal, Global

Daily Horoscope for 22th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত ৷ঘৰৰ সুন্দৰ, শান্ত পৰিস্থিতিয়ে আনন্দ প্ৰদান কৰিব । কৰ্মস্থলীত ঊৰ্ধতন কৰ্তৃপক্ষৰ লগত লেনেদেন কৰোতে সাৱধান হ’ব ৷

বৃষ ৰাশি : আজি দিনটো অধিক বিৰক্তিকৰ হ’ব । শান্ত হৈ থাকক ৷ পানীৰ পৰা আঁতৰত থাকক । ক্লান্ত মন আৰু শৰীৰক আৰাম দিয়ক । কোনো আইনী বা উত্তৰাধিকাৰ সংক্ৰান্তিয় কাগজত হস্তাক্ষৰ কৰোতে সাৱধানতা অৱলম্বন কৰক । সৌভাগ্যক্ৰমে দুপৰীয়াৰ পৰা ভাগ্য উন্নত হ’ব ৷

মিথুন ৰাশি : দিনটোত শান্তিৰে পাৰ হৈ যাবলৈ দিয়ক । ভাতৃৰ লগত থকা উন্নত সম্পৰ্কই উপকৃত কৰাৰ সম্ভাৱনা ৷ প্ৰিয়জনৰ লগত আনন্দেৰে সন্ধিয়াটো উপভোগ কৰক ৷ বিৰক্তি আৰু উত্তেজনাই আৱৰি ধৰিব পাৰে । আবেগক নিয়ন্ত্ৰণ কৰক ৷ আইনী কাম-কাজ কৰাৰ আগতে ভালদৰে চিন্তা কৰক ৷

কৰ্কট ৰাশি : শান্ত হৈ থাকক ৷ আত্মীয়ৰ লগত অতি সুন্দৰ সময় কটাব । ভ্ৰমণৰ যোগ ।

সিংহ ৰাশি : দিনটো শুভ ৷ ঘৰৰ পৰিৱেশ শান্ত আৰু বন্ধুত্বপূৰ্ণ হ’ব ৷ বিবাহিতসকলে বৈবাহিক আনন্দ লাভ কৰিব । পৰিয়ালৰ জ্যেষ্ঠসকল উপকৃত হ’ব । আয়ৰ কিছু অংশ ব্যয় কৰিব পাৰে ৷

কন্যা ৰাশি : অধিক আবেগ প্ৰবল হৈ থাকিব ৷বিবাদৰ পৰা দূৰত থাকক ৷ আৰ্থিক সংকট হ’ব ৷ পিতৃ আৰু পৰিয়ালৰ অন্য জেষ্ঠসকলৰ পৰা প্ৰয়োজনীয় সৰ্মথন লাভ কৰিব ৷

তুলা ৰাশি : দিনটো কঠিন ৷ শান্ত হৈ থাকক ৷ নতুনকৈ কাম আৰম্ভ কৰাটো ভাল নহ’ব । অত্যাধিকে চাপে শৰীৰত প্ৰতিবদ্ধতাৰ সৃষ্টি কৰিব পাৰে।

বৃশ্চিক ৰাশি : দিনটোত সুন্দৰ ৷ অভিনন্দন লাভ । চৰকাৰী কামে উপকৃত কৰিব । বন্ধুবৰ্গৰ লগত সময় কটাব ৷ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ পৰা আঁতৰি থাকক ।

ধনু ৰাশি : দিনটো কঠিন । শাৰীৰিকভাৱে দুৰ্বল হৈ থাকিব ৷ সহকৰ্মীৰ লগত পাৰ্থক্য বৃদ্ধি পাব । দিনটোৰ দ্বিতীয়ভাগত পৰিস্থিতি কিছু উন্নত হ’ব ৷ পেচাদাৰী খ্যাতি বৃদ্ধি । স্বাস্থ্য উত্তম ৷

মকৰ ৰাশি : প্ৰয়োজন হ’লে দীঘলীয়া আলোচনা এৰাই চলক, শান্ত আৰু সৰ্তক হওক । অপ্ৰত্যাশিত আৰ্থিক ব্যয় হ’ব ৷ পদপথৰ খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকক ।

কুম্ভ ৰাশি : ব্যৱসায়ীক সংগী আৰু গ্ৰাহকৰ লগত আনন্দেৰে লেনদেন কৰিলে উপকৃত হ’ব ।ঘৰুৱা পৰিৱেশ শান্ত আৰু শান্তিপূৰ্ণ । সংগীৰ সৈতে বিবাদৰ সম্ভাৱনা । শিক্ষাৰ্থীৰ অগ্ৰগতি লক্ষ্যণীয় হ’ব ।

মীন ৰাশি : এটা সাধাৰণ দিন । পৰিয়ালৰ লগত সম্পৰ্ক ভালেই থাকিব ৷ কিন্তু সংগীৰ লগত সৰু সৰু বিবাদ হ’ব পাৰে ৷ পৰিকল্পনা অনুসৰি দৈনন্দিন কামসমূহ সম্পূৰ্ণ নহ’ব পাৰে ৷