Local, Vocal, Global

Daily Horoscope for 21th October : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ দিন ৷ পৰিয়ালৰৰ সৈতে কোনো অনুষ্ঠানত যোগ দিব পাৰে ৷ বন্ধুৰ দ্বাৰা উপকৃত আৰু লাভবান হ’ব(Daily Horoscope) ৷

বৃষ ৰাশি: আপোনাৰ দিনটো শুভ দিন ৷ নতুন কাম হাতত লোৱাৰ সম্ভাৱনা আছে ৷ ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভদায়ক ৷ প্ৰশংসা লাভ কৰিব ৷মৰম আৰু সন্মান পোৱাৰ সম্ভাৱনা আছে ৷

মিথুন ৰাশি: আজিৰ দিনটো আপোনাৰ মনটো অস্থিৰ হৈ থাকিব ৷ আজি আপোনাৰ পেটৰ সমস্যা হ’ব পাৰে ৷ ব্যয় বৃদ্ধি ৷ সহকৰ্মীসকলৰৰ পৰা সহযোগিতা নাপাব ৷

কৰ্কট ৰাশি: আজিৰ দিনটো দুৰ্ভাগ্য কঢ়িয়াই লৈ আহিব ৷কোনো ধৰণ নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷ অনৈতিক কামৰপৰা দূৰত থাকক ৷

সিংহ ৰাশি: আজিৰ দিনটো আপুনি ভবাৰ দৰে নহ’বও পাৰে ৷ ব্যৱসায় সম্বন্ধীয় বিবাদৰ পৰা দূৰত থাকিব ৷

কন্যা ৰাশি: আজিৰ দিনটো শুভ ৷ সকলো দিশৰ পৰা আনন্দ আৰু পৰিতৃপ্তি লাভ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷

তুলা ৰাশি: আজিৰ দিনটো আপোনাৰ আনন্দৰে পাৰ হ’ব ৷ সুখ-সমৃদ্ধি বৃদ্ধি হ’ব ৷ দুশ্চিন্তা নকৰিব ৷

বৃশ্চিক ৰাশি: আজি আপুনি শান্ত হৈ থাকক ৷ আজি আপোনাৰ স্বাস্থ্যক লৈ চিন্তা বাঢ়িব ৷ আৰ্থিক ক্ষতি হোৱাৰ আশংকা আছে ৷ নথি-পত্ৰ চহী কৰাৰ আগতে দুনাই ভাবক ৷

ধনু ৰাশি: আজি আপোনাৰ আনন্দৰে দিনটো পাৰ হ’ব ৷ নতুন কাম আৰু উদ্যোগ হাতত লোৱাৰ বাবে দিনটো ভাল ৷ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধিৰ ইংগিত আছে ৷

মকৰ ৰাশি: ঘৰুৱা পৰিৱেশ বৰ ভালে নাথাকিব ৷ অসন্তোষ আৰু অস্থিৰতা বিৰাজ কৰিব ৷ স্বাস্থ্য ভালে থাকিব ৷ সুস্থ মনোভাৱৰ ফলত নেতিবাচক মনোভাৱ দূৰ কৰিব পাৰিব ৷

কুম্ভ ৰাশি: আজি আপোনাৰ পৰিয়ালৰ লোকৰ সৈতে আনন্দদায়ক ভ্ৰমণত যাব পাৰে ৷ স্পষ্ট মনোভাৱ আৰু আধ্যাত্মিকতাই মনটো ফুৰ্তিত ৰাখিব ৷ সকলো ধৰণৰ নেতিবাচক চিন্তা মনৰপৰা দূৰত ৰাখক ৷

মীন ৰাশি: স্বাস্থ্যৰ দিশত আজিৰ দিনটো মধ্যমীয়া । আপোনাৰ শৰীৰ-মন আজি উত্তম অৱস্থাত নাথাকিব । নিজৰ স্বাস্থ্য আৰু অৰ্থব্যয়ৰ প্ৰতি সতৰ্ক হওক ।