Daily Horoscope for 21th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ: আজি আপোনাৰ কৰ্মত কিছু সমস্যাই দেখা দিব পাৰে। স্বাস্থ্য বেয়া হ’ব পাৰে৷ আজিৰ দিনটোত আপোনাৰ মানসিক চিন্তা কিছু বৃদ্ধি পাব পাৰে।
বৃষ : নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকক৷ খৰচ বৃদ্ধি পাব পাৰে। ব্যৱসায়ত সুফল লাভ কৰিব।
মিথুন: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া৷ ব্যৱসায়ত সুফল লাভ কৰিব।
কৰ্কট: আনৰ প্ৰতি দয়া মমতা বাঢ়িব৷ যাতায়তত সাৱধানতা অৱলম্বন কৰিব। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়াতো দৰকাৰ।
সিংহ: শৈক্ষিক দিশত সুনাম বৃদ্ধি পাব। সকলো কাম সহজে হৈ উঠিব।
কন্যা: আজিৰ দিনটো শুভ । বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল।
তুলা: আজিৰ দিনটোত আপোনাৰ বাবে শুভ৷ ৰাজনীতিত সুফল লাভ কৰিব। স্বাস্থ্য ভালে থাকিব।
বৃশ্চিক: আজি দিনটোত আপুনি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পূৰ্বে সাৱধান হওক।কৰ্মস্থলীত শুভ।
ধনু: ব্যৱসায়িক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম হৈ থাকিব৷ প্ৰেমত শুভ।
মকৰ : আজি দিনটোত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। নিজৰ মানসিকস্থিতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। মনোবল বৃদ্ধি পাব৷
কুম্ভ: কোনো সুসংবাদ লাভ কৰিব। শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব৷ খৰচ বৃদ্ধি হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ৷
মীন: আজি আপুনি ব্যৱসায়ত উন্নত ফল লাভ কৰিবলৈ সক্ষম হ’ব। বিদ্যাত শুভফল লাভ কৰিব। কৰ্মস্পৃহা বৃদ্ধি পাব।