Daily Horoscope for 21th December: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল
মেষ ৰাশি : আজি আপুনি খঙক নিয়ন্ত্ৰণ কৰক ৷ মানসিক অশান্তি হ’ব পাৰে ৷ কৰ্মব্যস্ততা বৃদ্ধি ৷ চৰকাৰী কামত সফলতা লাভ ৷ স্বাস্থ্য বেয়া হ’ব পাৰে ৷
বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ ৷ চৰকাৰী কামত সফলতা ৷
মিথুন ৰাশি : আজি আপুনি নতুন কাম আৰম্ভ কৰাৰ বাবে উত্তম সময় ৷ চৰকাৰী কামত সফল ৷ বন্ধুৰ লগত কাজিয়া হ’ব পাৰে ৷
কৰ্কট ৰাশি : বেয়া ভাব মনৰ পৰা বাদ দিয়ক ৷ নতুন চিন্তাৰে দিন আৰম্ভ কৰক ৷ শাৰীৰিক-মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷
সিংহ ৰাশি : আত্মবিশ্বাস বৃদ্ধি ৷ ডাঙৰৰ পৰা সহায় লাভ ৷ সামাজিক মৰ্যাদা বৃদ্ধি ৷
কন্যা ৰাশি : মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্য ভালে নাযাব ৷ ধৰ্মীয় কামত ধন খৰচ হ’ব পাৰে ৷ শৰীৰৰ যত্ন লওক ৷
তুলা ৰাশি : দিনটো শুভ ৷ সকলো ক্ষেত্ৰৰ পৰা সুযোগ-সুবিধা পাব আৰু লাভবান হ’ব । আয় বৃদ্ধিৰ যোগ ৷
বৃশ্চিক ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ কৰ্মক্ষেত্ৰৰ পৰিৱেশ সুন্দৰ ৷ আমদানি বৃদ্ধি ৷ পদোন্নতিৰ যোগ ৷
ধনু ৰাশি : স্বাস্থ্য বেয়া হ’ব পাৰে ৷ ব্যৱসায়ত খেলিমেলিৰ সৃষ্টি হ’ব ৷
মকৰ ৰাশি : যোগাভ্যাস কৰক ৷ অলাগতিয়াল চিন্তাৰ পৰা আঁতৰি থাকক ৷ শৰীৰ বৰ ভালে নাযাব ৷ খং আৰু বেয়া চিন্তাৰ পৰা নিজকে মুক্ত ৰাখক ৷
কুম্ভ ৰাশি : পাৰিবাৰিক জীৱন অতি ৰোমাঞ্চিত হৈ উঠিব ৷ সকলো কাম আপুনি সম্পূৰ্ণ আত্মবিশ্বাসেৰে কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ ৷
মীন ৰাশি : দিনটো পবিত্ৰ ৷ আত্মবিশ্বাস বৃদ্ধি৷ ঘৰত শান্তি আৰু সুখৰ পৰিৱেশ হ’ব ৷ সহকৰ্মীসকলৰ সহযোগিতা লাভ ৷