Local, Vocal, Global

Daily Horoscope for 19th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো প্ৰায় ভাল ৷ লক্ষ্যত সফল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ শান্ত হৈ কর্ম কৰক ৷ প্ৰশংসা লাভ ৷

বৃষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ পৰচৰ্চা নকৰিব ৷ পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷

মিথুন ৰাশি : ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

কৰ্কট ৰাশি : আজি আপুনি কিছুসময়ৰ বাবে অকলে আৰু নিৰ্জন থাকিবলৈ বিচাৰিব । শান্ত বা মধুৰ বাক্যই আপোনাক উৎসাহিত কৰিব ৷ ধ্যান বা যোগ কৰক ৷ প্ৰেমত শুভ ৷

সিংহ ৰাশি : কর্ম বা ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷

কন্যা ৰাশি : দিনটো আনন্দময় হʼব ৷ ভাগ্য ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ শান্ত হৈ কর্ম কৰক ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷

ধনু ৰাশি : আমদানি-ৰপ্তানি ভাল সফল হʼব ৷ সৰুকৈ ভ্ৰমণ হʼব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷

মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ সন্তানৰ বাবে চিন্তা হ’ব পাৰে ৷ ব্যৱসায়ত সফল ৷ কর্মৰ বাবে সৰু যাত্ৰা হʼব পাৰে ৷

কুম্ভ ৰাশি : পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক ৷ নহ’লে বেমাৰ হ’ব পাৰে ৷

মীন ৰাশি : দিনটো ভাল ৷ কাৰ্মত বেচি মনোযোগ দিবলগীয়া হʼব৷ লক্ষ্যত সফল ৷ কাৰ্ম জীৱনত ভাল বন্ধু লাভ ৷