Daily Horoscope for 18th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ: আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া। বহুদিন ধৰি ভুগি অহা আৰ্থিক সমস্যাৰ কিছু সকাহ পাব। আপোনাৰ স্বাস্থ্যই আজি আপোনাক পূৰ্ণ সমৰ্থন দিব।
বৃষ: শিক্ষাৰ্থীৰ শুভ। মন শান্ত হৈ থাকিব। পৰিয়ালৰ সকলোৰে পৰা সহযোগিতা লাভ কৰিব।
মিথুন : আজি আপোনাৰ শৰীৰ ভালে থাকিব। মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ।
কৰ্কট: প্ৰেমত যথেষ্ট শুভ। শিক্ষাৰ্থীৰ শুভ।
সিংহ : ব্যৱসায়ত আপোনাৰ স্থিতি লাভজনক। বিদ্যাৰ্থীৰ শুভ। আৰ্থিক সমস্যা দূৰ হ’ব।
কন্যা: আজি আপোনাৰ মনত কিছু অস্থিৰতাই দেখা দিব। ৰাজনীতি আৰু বিদ্যাত শুভ।
তুলা: আজি আপোনাৰ স্বাস্থ্য বেয়া হ’ব পাৰে।স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মিত ব্যায়াম কৰক। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব।
বৃশ্চিক: শিক্ষাৰ্থীৰ মনৰ অশান্তি দূৰ হ’ব। ব্যৱসায়ত স্থিতি সুস্থিৰ। প্ৰেমত শুভ।
ধনু: প্ৰেম-প্ৰীতিত কিছু সমস্যাই দেখা দিব। আজিৰ দিনটোত আপোনাৰ মন উৎফুল্লিত হৈ থাকিব। শিক্ষাৰ্থীৰ শুভ।
মকৰ: প্ৰেমত শুভ। শাৰিৰীক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। ব্যৱসায়ত স্থিতি লাভজনক।
কুম্ভ: মন উৎফুল্লিত হৈ থাকিব। শিল্পী, সাহিত্যিক, সংবাদকৰ্মীৰ চিন্তা বৃদ্ধি পাব।
মীন : মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। প্ৰেম-প্ৰীতিত শুভ। বিদ্যাৰ্থীৰ সমস্যা দূৰ হ’ব।।