Local, Vocal, Global

Daily Horoscope for 18th November : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে আনন্দদায়ক । আজি আপোনাৰ আৰ্থিক লাভ সম্ভাৱনা আছে । আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব ।

বৃষ ৰাশি: আজি আপুনি স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে । আজি আপুনি ভাল ব্যৱহাৰৰ দ্বাৰা সকলোৰে মন জয় কৰিবলৈ সক্ষম হ’ব(Daily Horoscope) ।

মিথুন ৰাশি: আজি আপুনি তৰ্ক বিবাদ এৰাই চলক। ভ্ৰমণৰ বাবে আজিৰ দিনটো শুভ ।

কৰ্কট ৰাশি: আজি আপুনি সকলো কামত সফল হ’ব । শত্ৰুৱে কোনো ক্ষতি কৰিব নোৱাৰিব । সৌভাগ্যবৃদ্ধি হ’ব পাৰে ।

সিংহ ৰাশি: আজিৰ দিনটো আপুনি সাৱধানে চলিব । পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব । অনাৱশ্যক ব্যয় এৰাই চলক । আপুনি কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো ফল নাপাব পাৰে ।

কন্যা ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে শুভ । আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব । আজিৰ দিনটো আপোনাৰ আৰ্থিকভাৱে আনন্দৰ দিন ।

তুলা ৰাশি: আজি আপুনি নিজৰ ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । পৰিয়ালত কোনো সদস্যৰ সৈতে আপোনাৰ বিবাদ হ’ব পাৰে । শান্ত থাকক ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক । আজি বিবাহপ্ৰাৰ্থীসকলৰ বাবে শুভ । আপনি আপোনাৰ বন্ধুক লগ পাব পাৰে ৷ ভ্ৰমণৰ যোগ ৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে আজিৰ দিনটো বৰ ভাগ্যশালী । ব্যৱসায়ৰ বাবে ভ্ৰমণৰ যোগ । পদোন্নতিৰ যোগ । আপুনি পিতৃ আৰু ঘৰৰ বয়োজ্যেষ্ঠসকলৰপৰা উপকৃত হ’ব পাৰে ।

মকৰ ৰাশি: সাহিত্যৰ সৈতে জড়িত লোকৰ বাবে দিনটো শুভ । চৰকাৰী কাম-কাজত অসুবিধাৰ সৃষ্টি হ’ব পাৰে । দিনৰ শেষত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে ।

কুম্ভ ৰাশি: আজি আপুনি মানসিকভাৱে ভাগি পৰিব পাৰে । ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ধ্যান কৰক ৷

মীন ৰাশি: আজি আপুনি নিজৰ জীৱনটোক উপভোগ কৰাৰ নামত ব্যস্ত, অতি ব্যস্ত হৈ থাকিব । শিল্পী আৰু লেখকসকলে আজি নিজৰ প্ৰতিভা প্ৰকাশ কৰাৰ সুযোগ পাব । আজি আপুনি প্ৰিয়জনৰ সৈতে সময় কটাব ।