Daily Horoscope for 18th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: আজি আপোনাৰ জীৱনৱৈ নতুন সম্বন্ধ আহিব পাৰে ৷ বন্ধুৰ সৈতে সময় কটাওক ৷ চৰকাৰী কামত ভাল ফল দেখুৱাব পাৰিব ৷
বৃষ ৰাশি:আজি আপোনাৰ নতুন ক্ষেত্ৰত কাম সহজ গতিত চলিব ৷ সহকৰ্মী আৰু বচৰ সহযোগিতা লাভ কৰিব ৷ আপোনাৰ পদোন্নতি হ’ব লাভ কৰিব পাৰে ৷বৈবাহিক জীৱন সুন্দৰ আৰু চৰকাৰী কামত সফল হ’ব ৷
মিথুন ৰাশি: আজি আপোনাৰ পেটৰ সমস্যা আৰু আৰু আন শাৰীৰিক অশুবিধাই বিপদত পেলাব ৷খৰচৰ মাত্ৰা অধিক হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে অলপ সাৱধান হওক ৷
কৰ্কট ৰাশি: পৰিয়ালৰ লগত অযথা তৰ্ক নকৰিব ৷ আপোনাৰ খঙে আপোনাক বিপদজনক পৰিবেশলৈ লৈ যাব পাৰে ৷ অসামাজিক আৰু বে-আইনী কাম-কাজৰ পৰা দূৰত থাকক ৷
সিংহ ৰাশি: আজি আপোনাৰ সংগিৰ শৰীৰ ভালে নাযাব ৷ অদৰকাৰী কাজিয়াত লিপ্ত নহ’ব, ধৈয্য আৰু শান্ত হৈ থাকক ৷ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনাৰ সহযোগীৰ পৰা বিপদত পৰিব পাৰে ৷ সামাজিক কামত আপোনাক অপবাদ দিয়া হ’ব পাৰে ৷
কন্যা ৰাশি:আজি আপুনি সহকৰ্মী আৰু সংগীৰ সহযোগিতা লাভ কৰিব ৷ ভাল কামেৰে আপুনি নিজৰ পৰিচয দিব পাৰিব ৷ সময়সীমাৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব পাৰিব ৷ খৰচ কমাওক
তুলা ৰাশি: আজিৰ দিনটোৱে আপোনাৰ ওপৰত মিশ্ৰ প্ৰভাৱ পেলাব ৷ সন্তানৰ পৰিবেশনে আপোনাক অলপ চিন্তাত পেলাব ৷ ছাত্ৰ-ছাত্ৰীসকল অলপ বাধাৰ সন্মুখীন হ’ব ৷ দূসামাজিক আলোচনাও আপোনাৰ পক্ষত নাথাকিব ৷ নতুন কামত বিফল হ’ব, যদিহে আজি আৰম্ভ কৰে ৷ দিনৰ শেষত অলপ ভাল আছে, আপোনাৰ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷
বৃশ্চিক ৰাশি: শৰীৰে আপোনাক আজি চিন্তাত পেলাব আৰু আপোনাৰ সম্বন্ধিয় সকলেও আপোনাক নিৰাস কৰিব ৷ ধনৰ দিশৰ পৰাও ভাল ফল নাপায় ,ধনৰ লোকচান হ’ব পাৰে ৷
ধনু ৰাশি: নতুন আৰম্ভনিৰ সময় ৷ পৰিয়াল ,বন্ধু আৰু সামাজিক কামত ব্যস্ততাৰে ভৰা দিন ৷ ভাগ্য আপোনাৰ লগত আছে সেয়েহে সফলতাৰ দিশত আগবাঢ়িব । সামাজিক জীৱনত নিজৰ প্ৰভাব বিস্তাৰ কৰিব পাৰিব ৷
মকৰ ৰাশি: আপুনি আপোনাৰ অবিবেচক কামৰ বাবে অস্বাভাৱিক পৰিবেশত পৰিব পাৰে ৷ আৰু পৰিয়াল বা প্ৰিয়জনক দুখী কৰি তুলিব ৷ ধন জমা কৰি ভাল ফল লাভ কৰিব ৷ শৰীৰ ভালে যাব ৷
কুম্ভ ৰাশি: আজি আপোনাৰ বাবে এটা শুভ দিন ৷ মানসিক ,শাৰীৰিক আৰু ধৰ্মীয়ভাৱে নিজকে সজীৱ অনুভৱ কৰিব ৷এনে এটা ভাল দিন উপভোগ কৰক ৷ নিজৰ ভিতৰত পবিত্ৰতা অনুভব কৰিব আৰু যিয়ে আপোনাক অলপ দুখী অনুভৱ কৰিব ৷
মীন ৰাশি: সকলো সময়তে এক কঠিন হেঁচাৰ মাজত থকাৰ সময় ৷ বিভিন্ন ফালৰ পৰা বিপদ আহিব পাৰে ৷ ফলত আপুনাৰ শৰীৰ আৰু সম্পতিৰ বেয়া অবস্থা হ’ব পাৰে ৷