Local, Vocal, Global

Daily Horoscope for 17th june : কেনে যাব আপোনাৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি :আজি আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব। আৰ্থিক বিষয় সম্পৰ্কীয় আঁচনি প্ৰস্তুত কৰিব পাৰিব। আয় বৃদ্ধি হ’ব। শিল্পীসকলৰ নিজৰ কলা প্ৰদৰ্শন কৰাৰ বাবে সুবিধা পাব।নেচিবাচক চিন্তাৰ পৰা দূৰত থাকক।

বৃষ ৰাশি: আজি আপোনাৰ দিনটো সতেজ আৰু উৎসাহেৰে ভৰপূৰ হ’ব।আৰ্থিক লাভৰ যোগ। আপোনাৰ আনন্দ অনুভৱ কৰিব পাৰিব। ব

মিথুন ৰাশি: আজি আপোনাৰ ব্যৱহাৰৰ বাবে ভুল বুজাবুজি হ’ব পাৰে। শাৰীৰিক সমস্যাৰ বাবে মানসিকভাৱে দুৰ্বল অনুভৱ হ’ব। পাৰিবাৰিক পৰিৱেশত কোনো কথাৰ ভয় থাকিব। খৰচ বৃদ্ধি হ’ব।

কৰ্কট : ধন লাভৰ সম্ভাৱনা। আয় বৃদ্ধি হ’ব। ব্যৱসায়ত লাভদায়ক লেনদেন আৰু চুক্তি কৰিব পাৰিব। বিবাহযোগ্য ব্যক্তিৰ বিবাহৰ দিন।সাংসাৰিক সুখৰ আনন্দ ল’ব পাৰিব।

সিংহ ৰাশি:ঘৰ আৰু কাৰ্যালয়ত দায়িত্ব বাঢ়িব। জীৱন অধিক গম্ভীৰ হোৱা যেন লাগিব। নতুন সম্পৰ্ক বা কামৰ ক্ষেত্ৰত এতিয়াই কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব।

কন্যা ৰাশি: আজি শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব। সন্তানৰ সৈতে সংঘাত হ’ব পাৰে।কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব। ধৰ্মীয় কামত ধন খৰচ হ’ব।

তুলা ৰাশি: আপুনি নিজৰ স্বাস্থ্যৰ যতন লওক। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। হঠাৎ আৰ্থিক লাভ হ’ব পাৰে।

বৃশ্চিক ৰাশি:আজিৰ দিনটো আপোনাৰ আনন্দ–ফূৰ্তিৰে ভৰপূৰ হ’ব। বন্ধুৰ সংগ পাব।বৈবাহিক জীৱনত আনন্দ প্ৰাপ্তি। মানুহৰ মাজত আপোনাৰ মান–সন্মান বৃদ্ধিৰ দিন।

ধনু ৰাশি:আজি আপোনাৰ আৰ্থিক লাভৰ সম্ভাৱনা। পৰিয়ালত সুখ–শান্তি আৰু আনন্দ প্ৰাপ্ত হ’ব।কামত সফলতা প্ৰাপ্ত হ’ব। স্বাস্থ্য ভালে থাকিব।

মকৰ : জনপ্ৰিয়তা বাঢ়িব।আনৰ পৰা প্ৰশংসা পাব।বিদ্যাত আনন্দ। মাতৃৰ শুভ। স্বাস্থ্যত শুভ

কুম্ভ : অনেক জ্ঞানৰ সুযোগ পাব ।প্ৰেমত শুভ ।

মীন: আত্মসামাজিক সক্ৰিয়তা বৃদ্ধি পাব।আৱেগ বৰ্জন কৰক।

লগতে পঢ়ক : Flood situation in Assam : ধাৰাসাৰ বৰষুণৰ ফলত অসমত বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে