Daily Horoscope for 16th February: কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া ৷ মন পছন্দ কাৰ্যই আনন্দিত কৰি তুলিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷
বৃষ ৰাশি : কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷
মিথুন ৰাশি : দিনটো মধ্যমীয় ৷ আপুনি বৰ বেচি সংবেদনশীল, সেয়েহে আনে হঠাতে লোৱা সিদ্ধান্তই আপোনাক অসন্তুষ্ট কৰিব ৷ ভ্ৰমণ বাতিল কৰক ৷ পানীৰ পৰা আঁতৰি থাকক ৷
কৰ্কট ৰাশি : প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্ৰা হʼব পাৰে ৷ খৰচ বৃদ্ধি ৷
সিংহ ৰাশি : এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা আৰু নিশ্চয়তা ৰাখিলে লক্ষ্যত সফল হ’ব ৷
কন্যা ৰাশি : দিনটো পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ দিনটো শুভ ৷ নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্যত সফল হ’ব ৷
তুলা ৰাশি : দিনটো কঠিন হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ অৰ্জন হʼব ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷
বৃশ্চিক ৰাশি : কাৰ্যভাৰ সম্পূৰ্ণ কৰিবলৈ নিজৰ শক্তি ব্যৱহাৰ কৰক ৷ দিনটো প্ৰায় ভাল হʼব ৷ জ্যেষ্ঠজনৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷
ধনু ৰাশি : দিনটো শুভ ৷ কাৰ্ম ব্যস্ততা বৃদ্ধি ৷ ভাগৰি পৰিব পাৰে ৷
মকৰ ৰাশি : নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ কিছু খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ সম্পর্কত পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷ প্ৰেমত মধ্যমীয়া ৷
কুম্ভ ৰাশি : কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব ৷ প্ৰেমত শুভ ৷ আনন্দিত হৈ থাকিব ৷ শান্ত হৈ কর্ম কৰক ৷
মীন ৰাশি : দিনটো শুভ ৷ মিশ্ৰিত খেলিমেলি হৈ পৰিব পাৰে ৷ সদায় সতৰ্কতা অৱলম্বন কৰা উচিত ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷