Local, Vocal, Global

Daily Horoscope for 14th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে মধ্যমীয়া । স্বাস্থ্য প্ৰতি মনোযোগ দিব ৷ নতুন ব্যৱসায় কৰাত সাৱধানতা অৱলম্বন কৰা উচিত ৷ ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

বৃষ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব ৷ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ ভালপোৱা প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে৷

মিথুন ৰাশি : আজিৰ দিনটো আপোনাৰ বাবে শুভ । আপোনাৰ দিন প্ৰায় ভাল আৰু সফল হʼব ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব।

কৰ্কট ৰাশি : পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ হানিকাৰক আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷

সিংহ ৰাশি : আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷ কর্মত জীৱন বিপদত পেলোৱাৰ ভাল ফল পাব ৷

কন্যা ৰাশি : টকা-পইচাৰ নিশ্চিতি হʼব ৷ আজি আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব ৷ দিনটো ভাল, সফলতা লাভ হʼব ৷ আপুনি সক্ৰিয় অনুভৱ কৰিব ৷

তুলা ৰাশি : আজি আপুনি চৰকাৰী প্ৰকল্পত সফল হʼব ৷ নথিপত্র সুস্থিৰে পঢ়ি চহী কৰিব ৷ কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । মনোযোগ দিব ৷

বৃশ্চিক ৰাশি : আজি আপুনি কর্ম ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ আপুনি কর্মত ব্যস্ত থকাৰ ফলত আপোনাৰ ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ কর্ম শান্ত হৈ থাকি কৰিব, খং-ৰাগৰ পৰা আঁতৰি থকাসকল সফল হʼব ৷ বন্ধুবৰ্গৰ লগত আনন্দময় হʼব ৷

ধনু ৰাশি : আপোনাৰ কার্য জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰপৰা আঁতৰি থকা উচিত ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷

মকৰ ৰাশি : আপুনি নতুন দায়িত্ব বহন কৰিব ৷ নতুন অধ্যয়ন কর্মত ব্যস্ত হৈ পৰিব আৰু কাৰ্য কৰিবলৈ ভাগৰি পৰিব ৷ আপুনি নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ কর্মত প্রতিযোগিতা কৰিব পাৰে ৷ আজি আপুনি কঠোৰ কাৰ্যত সহজতে সফলতা অৰ্জন কৰিব ৷

কুম্ভ ৰাশি : দিনটোত বিপদশংকা নহয় ৷ কার্য-ব্যৱসায়ত, পৰিয়াল, প্ৰেমৰ সম্পর্ক আৰু বন্ধুবৰ্গৰ লগত দিন ভাল হʼব ৷

মীন ৰাশি : খং-ৰাগৰ কাৰণে জীৱনত প্ৰভাৱ পৰিব পাৰে ৷ হানিকাৰক আলোচনাই পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰপৰা আঁতৰি থকা উচিত ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷