Local, Vocal, Global

Daily Horoscope for 12th May : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি দিনটো আপোনাৰ বাবে মদ্যমীয়া ৷ ল’ৰা-ছোৱালীৰ ওপৰত মনোযোগ দিব ৷ বন্ধুৰ লগত পার্টি হʼব পাৰে ৷ প্রতিযোগিতা বা অধ্যয়নত ভাগ ল’ব পাৰে ৷

বৃষ ৰাশি : আজি আপোনাৰ খৰচ বৃদ্ধি হʼব পাৰে ৷ মানসিক চিন্তা হʼব পাৰে ৷ টকা-পইচা খৰচ সাৱধানে কৰিব ৷ ভাগ্য প্ৰায় ভাল ৷

মিথুন ৰাশি : আপুনি আপোনাৰ নিজৰ ব্যৱসায় কর্মত মনোযোগ দিব ৷ কর্মত ব্যস্ত থাকিব ৷ কর্মত প্রতিযোগিতা কৰিব পাৰে, কিন্তু বিফল হʼব ৷ পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকা উচিত ৷ আনন্দিত ফল লাভ হʼব ৷ প্ৰশংসিত হʼব ৷

কৰ্কট ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব আৰু বাহিৰা খাদ্যৰ পৰা আঁতৰি থকাটো ভাল হʼব ৷ নতুন নিৰ্দেশক পালন কৰিব ৷

সিংহ ৰাশি : টকা-পইচাৰ নিশ্চিতি হʼব ৷ ন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব ৷ অধিক ধন উপাৰ্জন কৰিব পাৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷

কন্যা ৰাশি : আপুনি স্বাৰ্থ সৃষ্টিকৰ্তা হিচাবে প্ৰকাশ কৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব ৷ কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷

তুলা ৰাশি : আপুনি নিজৰ প্ৰতিভা শিল্পী গুণাগুণ ব্যৱহাৰ কৰিব আজি ৷ আজি আপোনাৰ কলাৰ প্ৰতি প্ৰেম হʼব ৷ আপোনাৰ ভাগ্য প্ৰায় ভাল হʼব ৷

বৃশ্চিক ৰাশি : খেলুৱৈ ,অভিযন্তাৰ আজি প্রিয় দিন হʼব ৷ নাম আৰু সুনাম হʼব ৷ আপুনি নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷ কর্মত জীৱন বিপদত পেলোৱা ভাল ফল পাব ৷

ধনু ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল, সফল হʼব ৷ বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷

মকৰ ৰাশি : নতুন ব্যৱসায় বিচাৰ হʼব পাৰে ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ প্রিয় দিন হʼব ৷ শিক্ষার্থীৰ উত্তম ফল লাভ হ’ব ৷ নতুন শিক্ষা অধ্যয়নত ভাল হ’ব ৷

কুম্ভ ৰাশি : আপুনি আজি সক্ৰিয় হৈ থাকক ৷ আপুনি সফল হʼব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ প্রিয় দিন হʼব ৷ বিবাহিতৰ বাবে এইটো দিন ভাল ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

মীন ৰাশি : আপুনি আজি ইফাল-সিফালৰ পৰা পৰামর্শ পাব, কিন্তু ভাল পৰামর্শ হʼব ৷ বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷ আপোনাৰ প্ৰায় ভাল হʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷