Cyril Ramaphosa re-elected South African president : দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চিৰিল ৰামাফোচা

ইণ্টাৰনেশ্যনেল ডেস্ক,১৫জুন : দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত চিৰিল ৰামাফোচা(Cyril Ramaphosa re-elected South African president)। জুলিয়াছ মালেমাক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত ৰামাফোচা।
২০১৮ চনত প্ৰথমবাৰৰ বাবে দেশখনৰ ৰাষ্ট্ৰপতি হৈছিল ৰামাফোচা(South African President Cyril Ramaphosa re-elected for second term)।