Local, Vocal, Global

Cylinder explosion in Fancy Bazar : মহানগৰীৰ ফাঁচী বজাৰত চিলিণ্ডাৰ বিস্ফোৰণ;নিহত এজন,আহত ৮জন শ্ৰমিক

নিউজ ডেস্ক,২৬জুন : মহানগৰীৰ ফাঁচী বজাৰত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা ।

ফাঁচীবজাৰত চিলিণ্ডাৰ বিস্ফোৰণ। ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰ’ণ্টৰ টাৰ্মিনেলত চিলিণ্ডাৰ বিস্ফোৰণ(Cylinder explosion in Fancy Bazar) ।

L&T কোম্পানীৰ কাম চলি থকাৰ মাজতে সংঘটিত এই অঘটনটো। ৰিভাৰ টাৰ্মিনেলৰ নিৰ্মাণ চলি থকাৰ সময়তে বিস্ফোৰণ। বিস্ফোৰণত নিহত হৈছে এজন শ্ৰমিক। আহত হৈছে আন ৮ জনকৈ শ্ৰমিক। আহত আটাইকেইজন শ্ৰমিকক চিকিৎসালয়লৈ প্ৰেৰণ। ৱেল্ডিং মেচিনৰ প্ৰচণ্ড শব্দই স্বাভাৱিকতে আতংকিত কৰিছে অঞ্চলটোৰ ৰাইজক(Cylinder explosion in Fancy Bazar)।

লগতে পঢ়ক : Leopard Roaming freely in Guwahati : মহানগৰীৰ বামুণীমৈদামত নাহৰফুটুকীৰ মুক্ত বিচৰণ