Local, Vocal, Global

WATCH | COVID-19 Cases in India: দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্রমণ

নিউজ ডেস্ক,২৭মে’ : দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক’ভিড সংক্রমণ। কেইবাখনো ৰাজ্যত ক’ভিড আক্ৰান্তৰ দেহত ধৰা পৰিছে JN-1 ভেৰিয়েণ্ট। পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রালয়।

ভাৰতত বৰ্তমান মুঠ সক্ৰিয় অৰ্থাৎ ক’ৰ’না ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৫৭জন। এতিয়া এই সংক্ৰমণতো বহু লোকে প্ৰাণ হেৰুৱাইছে।

ইতিমধ্যেই হংকং, থাইলেণ্ডত এলার্ট জাৰি কৰিছে প্রশাসনে(COVID-19 Cases in India)।

২০২০ চনত ক’ভিড-১৯ৰ প্ৰভাৱ আজিলৈকে দেশৰ লগতে বিশ্বত দেখা পোৱা গৈছে।

কেৰালাত ধৰা পৰিছে ৬৯ ক’ভিড ৰোগী,মহাৰাষ্ট্ৰত ধৰা পৰিছে ৪৪ ক’ভিড ৰোগী। তামিলনাডুত ৩৪ জন আৰু কর্ণাটকত ৮জন।কর্ণাটকত ৮, গুজৰাটত ৬ ক’ভিড ৰোগী ধৰা পৰিছে।

লগতে পঢ়ক : WATCH | Ripun Bora : ‘২৬ৰ নিৰ্বাচনত গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিক প্ৰতিহত কৰিব কংগ্ৰেছে’