Corruption:ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চৰকাৰী বিষয়া
২ফেব্ৰুৱাৰী ২০২৫,ৱেবডেস্ক:পুনৰ ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ চৰকাৰী বিষয়া । ১৫ হাজাৰ টকাৰ ঘোচ লৈ গ্ৰেপ্তাৰ অভিযন্তা শিৱপ্ৰসাদ শইকীয়া । MGNREGAৰ বিল মোকলাই দিয়াৰ নামত লৈছিল ঘোচ।মধ্য যোৰহাট উন্নয়ন খণ্ডৰ সহকাৰী অভিযন্তা শিৱপ্ৰসাদ শইকীয়া ।কাৰ্য্যালয়তে হাতে-লোটে কৰায়ত্ব চৰকাৰী কৰ্মচাৰী গৰাকীক।