Local, Vocal, Global

Cop Found Dead Under Mysterious Circumstances : গোলাঘাটত ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষী কনিষ্টবলৰ মৃতদেহ

নিউজ ডেস্ক,২২ এপ্ৰিল : এক চাঞ্চল্যকৰ ঘটনা । ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষী কনিষ্টবলৰ মৃতদেহ । গোলাঘাটত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(Cop Found Dead Under Mysterious Circumstances )।

জানিব পৰা মতে, গোলাঘাটৰ পুলিবৰস্থিত আৰক্ষী নিৱেশৰ চৌহদৰ পুখুৰীত উদ্ধাৰ হয় আৰক্ষী কনিষ্টবলৰ মৃতদেহ। মৃত আৰক্ষী কনিষ্টবলজন ৰাণা বীৰ চ’ৰেণ বুলি জানিব পৰা গৈছে । নিৰ্বাচনৰ বাবে কোকৰাঝাৰৰ পৰা গোলাঘাটলৈ আহিছিল কনিষ্টবলজন(Cop Found Dead Under Mysterious Circumstances in Golaghat)।

তাৰ পিছতে কনিষ্টবলৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই এই চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক : Attack on Wedding Procession after ‘Dispute’ over DJ Playing near Mosque : বিবাহ অনুষ্ঠানত ডিজো বজোৱাক কেন্দ্ৰ কৰি ভয়ংকৰ মাৰপিটৰ ঘটনা;আহত ১০জন