ATCH | Conrad Sangma :‘USTM মেঘালয়ৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়’
নিউজ ডেস্ক,১৬মাৰ্চ : ‘USTM মেঘালয়ৰ অন্যতম শ্ৰেষ্ঠ বিশ্ববিদ্যালয়’। ‘বিশ্ববিদ্যালয়খনৰ শিক্ষা ব্যৱস্থা যথেষ্ট উন্নতমানৰ’। ‘সকলো নীতি-নিৰ্দেশনা মানি চলি আহিছে বিশ্ববিদ্যালয়খনে’।
মহবুবুল হকৰ গ্ৰেপ্তাৰৰ সময়তে USTMক উচ্চ প্ৰশংসা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ(Conrad Sangma)।