Local, Vocal, Global

WATCH | Congress Protest : অন্তিম দিনত মূৰত ঋণৰ বোজা লৈ কংগ্ৰেছৰ প্ৰতিবাদ

নিউজ ডেস্ক,২৫মাৰ্চ : বাজেট অধিৱেশনৰ আজি অন্তিম দিন । অন্তিম দিনত মূৰত ঋণৰ বোজা লৈ কংগ্ৰেছৰ প্ৰতিবাদ । সদনৰ চৌহদত উত্তাল প্ৰতিবাদ কংগ্ৰেছৰ।ঋণমুক্ত অসমৰ দাবী আৰু উপাধ্যক্ষক প্ৰহাৰৰ ঘটনাৰ উচিত তদন্তৰ দাবীৰে অভিনৱ প্ৰতিবাদ কংগ্ৰেছৰ(Congress Protest)।

লগতে পঢ়ক : WATCH | North Guwahati : উত্তৰ গুৱাহাটীস্থিত অগ্নি আৰু আপতকালিন সেৱাৰ আঞ্চলিক কেন্দ্ৰত দুৰ্যোগ প্ৰশমন ৰ বাবে বিশেষ প্ৰশিক্ষণ শিবিৰ