WATCH | Congress Protest : অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয় সমুখত কংগ্ৰেছৰ প্ৰতিবাদ
নিউজ ডেস্ক,২৪মাৰ্চ : অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয় সমুখত কংগ্ৰেছৰ প্ৰতিবাদ।
প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কংগ্ৰেছৰ।
প্ৰতিবাদস্থলীত মোতায়েন আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী(Congress Protest)।
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : “আপোনালোকে যদি নোমল মমিনৰ গাত হাত দিছে তেন্তে বেয়া মেছেজ যাব”