Local, Vocal, Global

WATCH | Congress party protests in Sonari: সোণাৰিত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী

সোণাৰি,২২ফেব্ৰুৱাৰী : সোণাৰিত কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী।

সাংসদ ৰকিবুল হুছেইনক নগাঁওত দুৰ্বৃত্তয় আক্ৰমণ কৰাৰ প্ৰতিবাদত গ্ৰহণ কৰা হয় এই কাৰ্যসূচী।

চৰাইদেউ জিলা কংগ্ৰেছৰ উদ্যোগত গ্ৰহণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী(Congress party protests in Sonari)।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি কৰা হয় প্ৰতিবাদ।

প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰাকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

লগতে পঢ়ক:WATCH | Goreswar News : এখন বাঁহৰ দলঙে উদঙাইছে বিকশিত অসমৰ ফোঁপোলা ছবি