Local, Vocal, Global

WATCH | Congress joining program : কংগ্ৰেছৰ যোগদান কাৰ্যসূচী

বাইহাটা চাৰিআলি,২৩জুন : বাইহাটা চাৰিআলিত সাংসদ ৰকিবুল হুছেইন।

সাংসদ গৰাকীৰ উপস্থিতিত প্ৰায় ২০ গৰাকী লোকে যোগদান কৰিলে কংগ্ৰেছত।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক মতলেবুদ্দিন আহমেদৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী(Congress joining program)।

কেইবাটা ৰাজনৈতিক দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান এই সকল লোকৰ।এই অনুষ্ঠানত কমলপুৰ সমষ্টিৰ শতাধিক কংগ্ৰেছ নেতা কৰ্মী উপস্থিত থাকে।

লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰৰ কচুতলিত সোণাপুৰ চক্ৰ বিষয়া, সোণাপুৰ বন বিভাগ,আৰু সোণাপুৰ আৰক্ষীৰ যুটীয়া অভিযান