Local, Vocal, Global

LPG Cylinder Price Today: আজিৰে পৰা হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম

নিউজ ডেস্ক,১ফেব্ৰুৱাৰী : জনতালৈ কিছু সকাহ । হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। বাজেটৰ পূৰ্বে আহিল ভাল খবৰ(LPG Cylinder Price Today)।

আজিৰে পৰা নতুন নিৰিখ। আজিৰে পৰা হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম। ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্ৰাস। ৭ টকাকৈ হ্ৰাস পালে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম।

দিল্লীত ১৯ কেজিৰ বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ খুচুৰা বিক্ৰীৰ মূল্য আজিৰ পৰা ১৭৯৭ টকা হোৱাৰ বিপৰীতে গুৱাহাটীত ইয়াৰ মূল্য হৈছে ১৯৯৪.৫ টকা।

অৱশ্যে, ইয়াৰ বিপৰীতে ঘৰুৱা ৰন্ধন গেছ চিলিণ্ডাৰৰ মূল্যত কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই(Commercial LPG cylinder prices slashed by Rs 7 ahead of Union Budget)।

লগতে পঢ়ক:Vehicles with beef seized : গো-মাংসসহ বাহন জব্দ