WATCH | Colonel Sophia Qureshi : কৰ্ণেল ছোফিয়া কুৰেশ্বীক অপমান কৰি ক্ষমা বিচাৰিলে BJP মন্ত্ৰীয়ে
নিউজ ডেস্ক,১৫মে’ : কৰ্ণেল ছোফিয়া কুৰেশ্বীক অপমান কৰি ক্ষমা বিচাৰিলে BJP মন্ত্ৰীয়ে
বিতর্কিত মন্তব্য কৰা বিজেপিৰ মন্ত্ৰীৰ এইবাৰ ক্ষমা-প্রার্থনা
‘ছোফিয়া কুৰেশ্বী মোৰ ভগ্নীৰ দৰে’
‘মোৰ মন্তব্যই প্ৰতিটো সম্প্ৰদায়ৰ আৱেগক আঘাত দিছে’
‘মই ভগৱান নহয়, মই মানুহ, গতিকে ১০ বাৰ ক্ষমা বিচাৰিছো’
ছোফিয়াক অপমান কৰাক লৈ বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে হৈছিল উত্তাল প্রতিবাদ
তাৎক্ষণিকভাৱে বিজেপি মন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰাৰ বাবে চলিছিল দাবী(Colonel Sophia Qureshi)
‘ছোফিয়া কুৰেশ্বীয়ে দেশ, জাতি আৰু সমাজৰ বাবে কাম কৰিছে’
দেশৰ গৌৰৱ ছোফিয়া কুৰেশ্বীক সন্ত্রাসবাদীৰ ভগ্নী বুলি কৈছিল বিজেপি মন্ত্রী বিজয় শ্বাহে
ছোফিয়াক অপমান কৰাক লৈ বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে হৈছিল উত্তাল প্রতিবাদ
তাৰ পাছতে ক্ষমা খুজিলে বিজেপি মন্ত্রী বিজয় শ্বাহে
লগতে পঢ়ক : WATCH | Himanta Biswa Sarma : চাপৰত নিৰ্মাণ হ’ব তাপ বিদ্যুৎ প্ৰকল্প