Local, Vocal, Global

CM reviews flood situation in Bokakhat : বোকাখাতত বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক,২জুলাই : বোকাখাতত অপৰিৱৰ্তিত বান পৰিস্থিতি(CM reviews flood situation in Bokakhat)৷

বোকাখাতত বান পৰিস্থিতিৰ বুজ ল’বলৈ উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মন্ত্ৰী অতুল বৰা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ মথাউৰিৰ ভগা অংশ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ ।

বন্যাক্ৰান্তৰ মাজত উপস্থিত থাকি সমস্যাসমূহৰ বিষয়েও আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰে বান সাহায্য শিবিৰ৷

লগতে পঢ়ক : Assam flood situation worsens : জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰীত ভয়াবহ হৈ পৰিছে বানপৰিস্থিতি