Local, Vocal, Global

Watch | Class 4 and 5 Pragyan talent hunt test at Jamugurihat: জামুগুৰিহাটত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা

জামুগুৰিহাট: জামুগুৰিহাটত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনিৰ উদ্যোগত চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা ৷ বৰভগীয়া মজলীয়া বিদ্যালয়ত অনুষ্ঠিত এই প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত ৮৮ গৰাকী ছাত্ৰ_ছাত্ৰী অৱৰ্তীন হয় ৷ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত এই পৰীক্ষাৰ বিয়লী ২ বজাত অন্ত পৰে ৷