CID Summons Influencer Abhishek Kar:CID কাৰ্যালয়লৈ তলব ছ’চিয়েল ইনফ্লুৱেঞ্চাৰ অভিষেক কৰক

নিউজ ডেস্ক,১১ফেব্ৰুৱাৰী : CID কাৰ্যালয়লৈ তলব ছ’চিয়েল ইনফ্লুৱেঞ্চাৰ অভিষেক কৰক।
সোমবাৰে দিনজোৰা জেৰা মুম্বাইৰ ইউটিউবাৰজনক।
ইতিমধ্যে CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে ইউটিউবাৰ অভিষেক(CID Summons Influencer Abhishek Kar)।
এটা শ্ব’ত অভিষেকে অসমৰ যুৱতী সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল।
এটা প’ডকাষ্টত অসমৰ যুৱতীক লৈ কৰিছিল বিতৰ্কিত মন্তব্য।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে CIDয়ে কৰিছিল তদন্ত।
CIDয়ে নিজাববীয়া গোচৰ ৰুজু কৰি কৰিছিল তলব।
লগতে পঢ়ক :Guwahati:গুৱাহাটীত নিষিদ্ধ হ’ল সমদল-শোভাযাত্ৰা;অনিৰ্দিষ্টকাললৈ নিষিদ্ধ সমদল-শোভাযাত্ৰা