Local, Vocal, Global

CID summons Assam Cong chief for 3rd time : আজি CID ৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব APCC ৰ সভাপতি ভূপেন বৰা

নিউজ ডেস্ক, ১২ মাৰ্চ : আজি CID ৰ কাৰ্যালয়ত হাজিৰ হ’ব লাগিব ভূপেন বৰা । আজি CID ৰ কাৰ্যালয়ত উপস্থিত নহ’লে গ্ৰেপ্তাৰ হ’ব পাৰে APCC ৰ সভাপতিগৰাকীয়ে(CID summons Assam Cong chief for 3rd time) ।

উল্লেখ্য যে, সোমবাৰে তৃতীবাৰৰ বাবে CID য়ে চমন জাৰি কৰিছিল APCCৰ সভাপতি গৰাকীলৈ । চমন অনুসৰি মঙলবাৰে CID ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল সভাপতি গৰাকীলৈ । যদি আজি হাজিৰ নহয় তেন্তে গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা আছে APCC ৰ সভাপতিগৰাকী ।

লগতে পঢ়ক : Autorickshaw-Bus Collision In Morigaon : শোকাৱহ দুৰ্ঘটনা; থিতাতে নিহত এজন, আহত ৯জন