Local, Vocal, Global

Children drown to death : গা ধুবলৈ গৈ জলাশয়ত সলিল সমাধি নৱম শ্ৰেণীৰ ছাত্ৰৰ

নিউজ ডেস্ক,২২জুন : বিলাসীপাৰাৰ নয়াহাট দামুমাৰাত শোকাৱহ ঘটনা৷

গা ধুবলৈ গৈ জলাশয়ত সলিল সমাধি নৱম শ্ৰেণীৰ ছাত্ৰৰ৷

সমনীয়াৰে ঘৰৰ সমীপতে জলাশয় এটাত গা ধুবলৈ গৈছিল ছাত্ৰজনে ।

নিহত ছাত্ৰজন সাগৰ বৰ্মন বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : AJP leader Ziaur rahman detained by Hatigaon police : সমাজ সংস্কাৰক তথা AJPৰ শীৰ্ষনেতা জিয়াউৰ ৰহমানক আটক হাতীগাওঁ আৰক্ষীৰ