Local, Vocal, Global

Child died by drowning in pond :খালত পৰি সলিল সমাধি ডেৰবছৰীয়া শিশুৰ

কলিয়াবৰ,১ ছেপ্টেম্বৰ : খালত পৰি সলিল সমাধি ডেৰবছৰীয়া শিশুৰ।

কলিয়াবৰৰ কুঠাৰিত শোকাৱহ ঘটনা। চোতালত খেলি থকা সময়তে নিজ চোতালৰ সৰু খালত পৰি সলিল সমাধি ঘটে শিশুৰ । নিহত শিশুটো পৱন ভৌমিজ নামৰ ব্যক্তিজনৰ ডেৰবছৰীয়া কন্যা সন্তান বিনীতা ভৌমিজ।

এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে শিশুটো ততাতৈয়াকৈ কলিয়াবৰ মহকুমা চিকিৎসালয় লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে(Child died by drowning in pond)।

লগতে পঢ়ক : Heavy Rains Batter Andhra Pradesh And Telangana : অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলন