Local, Vocal, Global

Chief Secretary Of Bir Lachit Detained For Social Media Post On Protest Against CAA In Majuli : মাজুলীত বীৰ লাচিত সেনাৰ মুখ্য সচিবক আটক

নিউজ ডেস্ক, ৯ মাৰ্চ : মাজুলীত বীৰ লাচিত সেনাৰ মুখ্য সচিবক আটক । গড়মূৰ আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ মুখ্য সচিব সঞ্জিত অসম বৰাক( Bir Lachit Sena secretary detained in Majuli for social media post on protest against CAA) ।

সামজিক মাধ্যমত কা’ প্ৰতিবাদৰ হুংকাৰ দিয়াৰ পিছতে আটক কৰে সঞ্জিত বৰাক ।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ ইংগিত দি সামজিক মাধ্যমত পোষ্ট কৰিছিল সঞ্জিত অসম বৰাই । সামজিক মাধ্যমৰ পোষ্টৰ ভিত্তিতে আৰক্ষীয়ে আটক কৰে সঞ্জিত অসম বৰাক(Chief Secretary Of Bir Lachit Detained For Social Media Post On Protest Against CAA In Majuli) ।

লগতে পঢ়ক : Elephant Terror in Rupohihat : ৰূপহীহাটৰ বুঢ়াচাপৰিত হাতীৰ গছকত মৃত্যু এজন লোকৰ