Watch | Chief Minister gives good news to NHM officials, staff, nurses: NHMৰ বিষয়া, কর্মী, নাৰ্ছলৈ মুখ্যমন্ত্রীয়ে দিলে ভাল খবৰ
গুৱাহাটী,ডেস্ক ৰিপোর্ট: NHMৰ বিষয়া, কর্মী, নাৰ্ছলৈ মুখ্যমন্ত্রীয়ে দিলে ভাল খবৰ। ৰাজ্যিক কেবিনেট বৈঠকত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। স্বাস্থ্য বিভাগৰ কৰ্মচাৰীক লৈ ডাঙৰ ঘোষণা। নিযুক্তি পৰীক্ষাৰ বাবে NHM কর্মী, নাৰ্ছৰ নাথাকিব বয়সৰ সীমা। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ নিয়োগৰ পৰীক্ষাত থাকিব এই সুবিধা।NHMৰ কৰ্মী হ’লে যিমান বয়স হ’লেও বহিব পাৰিব নিযুক্তি পৰীক্ষাত।