Chief Election Commissioner: দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ

নিউজ ডেস্ক,১৮ফেব্ৰুৱাৰী : দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ।
ৰাষ্ট্ৰপতিয়ে দেশৰ নিৰ্বাচন আয়োগৰ নতুন মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰদান কৰিছে । ১৯৮৮বেটছৰ আই এ এছ কেডাৰ জ্ঞানেশ কুমাৰে এতিয়াৰে পৰা পালন কৰিব পূৰ্বৰ ৰাজীৱ কুমাৰৰ দায়িত্ব(Gyanesh Kumar appointed as new Chief Election Commissioner)।
উল্লেখ কৰা প্ৰয়োজন যে, মুখ্য নিবাৰ্চন আয়ুক্ত নিৰ্বাচনৰ বাবে নতুনকৈ প্ৰণয়ন কৰা আইনৰ ভিত্তিত নিৰ্বাচন কৰা জ্ঞানেশ কুমাৰ হৈছে প্ৰথমগৰাকী নিৰ্বাচন আয়ুক্ত। নতুনকৈ প্ৰণয়ন কৰা এই আইনখনত মুখ্য নিৰ্বাচন আয়ুক্ত নিৰ্বাচনী মণ্ডলীত পূৰ্বৰ দেশৰ মুখ্য ন্যায়াধীশৰ পৰিৱৰ্তে চামিল কৰা হৈছিল গৃহমন্ত্ৰীক(Chief Election Commissioner)।
লগতে পঢ়ক:Gaurav Gogoi Controversy: “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখৰ চেহেৰা সলনি হৈছে”