WATCH | Chenab River News : ভাৰতে খুলি দিলে চেনাব নদীৰ ওপৰত থকা ছালাল বান্ধৰ সকলো গেট
নিউজ ডেস্ক,১০মে’ : পাকিস্তানক জলবোমাৰে শেষ কৰিব ভাৰত চৰকাৰে,চেনাব নদীৰ ওপৰত থকা ছালাল বান্ধৰ সকলো গেট খুলি দিলে ভাৰতে, কোনো দিশৰ পৰা পাকিস্তানক ৰেহাই নিদিয়াৰ পন লৈছে ভাৰতে(Chenab River News)।
লগতে পঢ়ক : WATCH | Zubeen Garg : ‘সাধাৰণ মানুহৰ ক্ষতি হোৱা যুদ্ধ মই নিবিচাৰো’