Local, Vocal, Global

WATCH | Chapar Theft: চাপৰত চিলনী চোৰৰ উপদ্ৰৱ

চাপৰ,১৪মে’ : চাপৰত চিলনী চোৰৰ উপদ্ৰৱ।

দোকান এখনৰ পৰা টকা ভৰ্তি বেগ লৈ গ’ল চোৰে।

চাপৰৰ মাজমজিয়াত থকা এখন ব্যক্তিগত চিকিৎসালয়ত যাওঁতে হেৰুৱালে টকা(Chapar Theft)।

আবু তাহেৰ নামৰ অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীয়ে ৩০ হাজাৰ টকা আৰু কিছু সামগ্ৰী বেগত সোমাই ওচৰেৰে দোকান এখনত থৈ চিকিৎসালয়ত যায়।

চিকিৎসালয়ৰ পৰা ঘূৰি আহি টকাৰ বেগ খন নেদেখি হতবাস হৈ পৰে অৱসৰ প্ৰাপ্ত শিক্ষক গৰাকীয়ে।

পিছত CCTV কেমেৰাত দেখি ওলাই পৰে জলোঙাৰ মেকুৰী।

সমগ্ৰ ঘটনা বন্দী হয় CCTV কেমেৰাত।

লগতে পঢ়ক : WATCH | Election violence : চাপৰৰ পুঠিমাৰীত নিৰ্বাচনী হিংসা