Local, Vocal, Global

Chapar News: দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে চাপৰৰ আৰেয়াৰঝাৰৰ

চাপৰ,১৩ফেব্ৰুৱাৰী: দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে চাপৰৰ আৰেয়াৰঝাৰৰ

হৰিনাম ধ্বনিৰে মুখৰিত হৈ উঠিছে সমগ্ৰ চাপৰ অঞ্চল

আৰেয়াৰঝাৰ পক্ষীপাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে ৪৯ তম সাৰ্বজনীন পাল নাম মহোৎসৱ অনুষ্ঠিত হয়

বহুকেইটা আমন্ত্ৰিত নাম দলৰ নাম প্ৰসংগৰে অবিৰাম নাম কীৰ্তন চলে(Chapar News)

মহাপুৰুষ গুৰু জনাৰ সৃষ্টি ৰাজি নাম কীৰ্তনৰ প্ৰতি ভক্তি ভাবেৰে বহু ভক্ত প্ৰাণ ৰাইজে উপভোগ কৰে নাম কীৰ্তন

আনফালে আমন্ত্ৰিত বৰনাগাৰাৰ নাম প্ৰসংগৰে অখণ্ড পাল নামৰ সামৰণি পৰিব বুলি জানিব দিয়ে উদ্যোক্তসকলে

লগতে পঢ়ক:Jagiroad News:জাগীৰোডৰ ঝাৰগাঁৱৰ একাংশ খিলঞ্জীয়া লোকৰ মাটি ভেটি হেৰুৱাৰ শংকা