Local, Vocal, Global

WATCH | Chapar News : চাপৰবাসীৰ সুখবৰ

চাপৰ,২৩জুন : চাপৰবাসীৰ সুখবৰ। চাপৰৰ পুঠিমাৰী নতুন বজাৰত সকলো ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিলে সৰকাৰ পলিক্লিনিক চিকিৎসালয়।

ইয়াত আপোনালকে পাব উন্নত মানদণ্ডৰ লগতে কম খৰছত চিকিৎসা সেৱা(Chapar News)।

আজিৰ পৰা এই সেৱা উপলব্ধ হ’ব সৰকাৰ পলিক্লিনিক চিকিৎসালয়ত। বিশেষ কৈ চৰ অঞ্চলৰ ৰাইজৰ বাবে মুকলি কৰিলে এই চিকিৎসালয়।

লগতে পঢ়ক : WATCH | Sivsagar News : ভয়ংকৰ কৃত্ৰিম বানত কবলত শিৱসাগৰৰ চহৰৰ লগতে ঐতিহাসিক ৰংঘৰৰ বাকৰি